উবুৰিউবুৰি হ

উবুৰি খা (Assamese) [ Roman: u.bu.ri kha]
Contributed by: Bikram M Baruah on 2010-02-16
1. (Verb-Intran.) to roll the body like a log on a plain surface. শুই থকা অৱস্থাত গাটো বগৰাই দিয়া। লুটিয়াই দিয়া।